William Blakeৰ কবিতা Joy ৰ মুকলি অসমীয়া ৰূপান্তৰ

আনন্দ

(পুলক জ্যোতি শৰ্মা)

সুখৰ দীঘ আৰু দুখৰ বানি

তাৰেই বোৱা আত্মাৰ পৱিত্ৰ চেলেংখনি

প্ৰতিটো দুখৰ সৈতে থাকে সেয়ে গঁঠা

সুখৰ আশী সূতা এডালি ৷


সেয়াই সৃষ্টিৰ এটি সঠিক সূত্ৰ

আনন্দৰ উচ্ছলতাৰ লগতে মানৱ জীৱন বিষাদেৰে সিক্ত

আৰু এইষাৰি সত্য হৃদয়ত হ'ব যেতিয়া অনুভূত

জীৱনৰ যাতনাৰ পৰিব অন্ত


--------------------------------------------

Joy

William Blake -1863

Joy and woe are woven fine,

A clothing for the soul divine;

Under every grief and pine

Runs a joy with silken twine.

It is right it should be so;

Man was made for joy and woe;

And when this we rightly know,

Safely through the world we go.



********